এটা পৰিচয়ৰ বাবে সন্ধান কৰক

আপুনি দুটা পদ্ধতিৰ এটা ব্যৱহাৰ কৰি এটা অনলাইন পৰিচয় সন্ধান কৰিব পাৰিব:

  1. কাৰ্য্যসমূহ অভাৰভিউত, পৰিচয়ৰ নাম টাইপ কৰা আৰম্ভ কৰক।

  2. Matching contacts will appear in the overview instead of the usual list of applications.

  3. তালিকাৰ ওপৰত থকা পৰিচয় নিৰ্বাচন কৰিবলৈ Enter টিপক অথবা আপুনি নিৰ্বাচন কৰিব খোজা পৰিচয়ত ক্লিক কৰক যদি সিহত ওপৰত নাথাকে।

পৰিচয়সমূহ ৰ ভিতৰৰ পৰা সন্ধান কৰিবলৈ:

  1. সন্ধান ফিল্ডৰ ভিতৰত ক্লিক কৰক।

  2. পৰিচয়ৰ নাম টাইপ কৰা আৰম্ভ কৰক।