সতৰ্কবাৰ্তা শব্দবোৰৰ বাবে পৰ্দা ফ্লেশ্ব কৰক

আপোনাৰ কমপিউটাৰে কিছুমান বাৰ্তা আৰু ঘটনাৰ বাবে এটা সাধাৰণ সতৰ্ক শব্দ বজাব। যদি আপোনাৰ এই শব্দসমূহ শুনোতে অসুবিধা হৈছে, আপুনি আপোনাৰ সম্পূৰ্ণ পৰ্দা অথবা বৰ্তমান উইন্ডোক সতৰ্ক শব্দ বাজোতে দৃশ্যমানভাৱে ফ্লেশ্ব কৰাব পাৰে।

This can also be useful if you’re in an environment where you need your computer to be silent, such as in a library. See সতৰ্ক শব্দ বাছক অথবা অসামৰ্থবান কৰক to learn how to mute the alert sound, then enable visual alerts.

  1. Open the Activities overview and start typing Accessibility.

  2. Click on Accessibility to open the panel.

  3. Select the Hearing section to open it.

  4. In the Visual Alerts section, switch the Visual Alerts switch to on.

  5. Under Flash Area, select whether you want the entire screen or just your current window title to flash.

আপুনি ওপৰ বাৰত অভিগম্যতা আইকন ক্লিক কৰি আৰু চক্ষ সতৰ্কবাৰ্তাসমূহ নিৰ্বাচন কৰি চক্ষ সতৰ্কবাৰ্তাসমূহ দ্ৰুতভাৱে অন আৰু অফ কৰিব পাৰিব।