ওপৰ বাৰৰ আইকনসমূহে কি বুজায়?

Accessibility Menu Icons

অভিগম্যতা সংহতিসমূহ আৰম্ভ কৰা এটা মেনুলৈ লৈ যায়।

ভলিউম নিয়ন্ত্ৰণ আইকনসমূহ

ভলিউম উচ্চলৈ সংহতি কৰা আছে।

ভলিউম মধ্যমলৈ সংহতি কৰা আছে।

ভলিউম নিম্নলৈ সংহতি কৰা আছে।

ভলিউম মৌন কৰা আছে।

ব্লুটুথ ব্যৱস্থাপক আইকনসমূহ

ব্লুটুথক নিষ্ক্ৰিয় কৰা হৈছে।

ব্লুটুথক অসামৰ্থবান কৰা হৈছে।

নেটৱাৰ্ক ব্যৱস্থাপক আইকনসমূহ

চেলুলাৰ সংযোগ

এটা 3G নেটৱাৰ্কলৈ সংযুক্ত।

এটা 4G নেটৱাৰ্কলৈ সংযুক্ত।

এটা EDGE নেটৱাৰ্কলৈ সংযুক্ত।

এটা GPRS নেটৱাৰ্কলৈ সংযুক্ত।

এটা UMTS নেটৱাৰ্কলৈ সংযুক্ত।

এটা চেলুলাৰ নেটৱাৰ্কলৈ সংযুক্ত।

এটা চেলুলাৰ নেটৱাৰ্ক সংযোগ প্ৰাপ্ত কৰা হৈছে।

অতি উচ্চ সংকেতৰ শক্তি।

উচ্চ সংকেতৰ শক্তি।

মধ্যম সংকেতৰ শক্তি।

নিম্ন সংকেতৰ শক্তি।

অতি নিম্ন সংকেতৰ শক্তি।

স্থানীয় স্থান নেটৱাৰ্ক (LAN) সংযোগ

নেটৱাৰ্ক সন্ধান কৰোতে এটা ত্ৰুটি হৈছে।

নেটৱাৰ্ক নিষ্ক্ৰিয়।

নেটৱাৰ্কৰ বাবে কোনো পথ নাই।

নেটৱাৰ্ক অফলাইন।

নেটাৱাৰ্কে তথ্য গ্ৰহণ কৰি আছে।

নেটৱাৰ্কে তথ্য পৰিবহন আৰু গ্ৰহণ কৰি আছে।

নেটৱাৰ্কে তথ্য পৰিবহণ কৰি আছে।

ভাৰছুৱেল ব্যক্তিগত নেটৱাৰ্ক (VPN) সংযোগ

এটা নেটৱাৰ্ক সংযোগ প্ৰাপ্ত কৰা।

এটা VPN নেটৱাৰ্কৰ সৈতে সংযুক্ত।

তাৰঁযুক্ত সংযোগ

এটা নেটৱাৰ্ক সংযোগ প্ৰাপ্ত কৰা।

নেটৱাৰ্কৰ পৰা বিচ্ছিন্নিত।

এটা তাৰঁযুক্ত নেটৱাৰ্কৰ সৈতে সংযুক্ত।

বেতাঁৰ সংযোগ

এটা বেতাঁৰ সংযোগ প্ৰাপ্ত কৰা।

বেতাঁৰ নেটৱাৰ্ক ইনক্ৰিপ্টেড।

এটা বেতাঁৰ নেটৱাৰ্কৰ সৈতে সংযুক্ত।

অতি উচ্চ সংকেতৰ শক্তি।

উচ্চ সংকেতৰ শক্তি।

মধ্যম সংকেতৰ শক্তি।

নিম্ন সংকেতৰ শক্তি।

অতি নিম্ন সংকেতৰ শক্তি।

শক্তি ব্যৱস্থাপক আইকনসমূহ

বেটাৰি সম্পূৰ্ণ।

বেটাৰি আংশিকভাৱে শক্তিহিন।

বেটাৰি নিম্ন।

সকিয়নী: বেটাৰিৰ শক্তি অতি কম।

বেটাৰি শক্তি সাংঘাতিক কম।

বেটাৰিক আনপ্লাগ কৰা হৈছে।

বেটাৰি সম্পূৰ্ণ চাৰ্জ্ড।

বেটাৰি সম্পূৰ্ণ আৰু চাৰ্জ হৈ আছে।

বেটাৰি আংশিকভাৱে সম্পূৰ্ণ আৰু চাৰ্জ হৈ আছে।

বেটাৰি শক্তি কম আছে আৰু চাৰ্জ হৈ আছে।

বেটাৰি শক্তি অতি কম আছে আৰু চাৰ্জ হৈ আছে।

বেটাৰি সম্পূৰ্ণ ৰিক্ত আৰু চাৰ্জ হৈ আছে।