এটা কাৰ্য্যস্থান কি, আৰু ই মোক কেনেকৈ সহায় কৰিব?

Workspace selector

কাৰ্য্যস্থানসমূহে আপোনাৰ ডেস্কটপত উইন্ডোসমূহ দলবদ্ধ কৰা বুজায়। আপুনি একাধিক কাৰ্য্যস্থান সৃষ্টি কৰিব পাৰিব, যি ভাৰছুৱেল ডেস্কটপৰ নিচিনা ব্যৱহাৰ কৰে। কাৰ্য্যস্থানসমূহে বিশৃংখলতা কম কৰি ডেস্কটপত ভ্ৰমণ সহজ কৰে।

কাৰ্য্যস্থানসমূহক আপোনাৰ কাৰ্য্য সংঘটিত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপ, আপুনি সকলো সংযোগ উইন্ডো ৰাখিব পাৰিব, এটা কাৰ্য্যস্থানত ই-মেইল আৰু আপোনাৰ চেট প্ৰগ্ৰাম, আৰু আপুনি কৰি থকা কাম অন্য এটা কাৰ্য্যস্থানত। আপোনাৰ সংগিত ব্যৱস্থাপক অন্য এটা কাৰ্য্যস্থানত থাকিব পাৰিব।

কাৰ্য্যস্থানসমূহ ব্যৱহাৰ কৰা:

  • In the Activities overview, move your cursor to the right-most side of the screen.

  • A vertical panel will expand showing workspaces in use, plus an empty workspace. This is the workspace selector.

  • To add a workspace, drag and drop a window from an existing workspace onto the empty workspace in the workspace selector. This workspace now contains the window you have dropped, and a new empty workspace will appear below it.

  • এটা কাৰ্য্যস্থান আতৰাবলৈ, সকলো উইন্ডো বন্ধ কৰক অথবা অন্য কাৰ্য্যস্থানসমূহলৈ স্থানান্তৰ কৰক।

অন্তত এটা কাৰ্য্যস্থান আছে।