এটা উইন্ডোক অন্য কাৰ্য্যস্থানলৈ স্থানান্তৰ কৰক

মাউছ ব্যৱহাৰ কৰা:

  1. Open the Activities overview.

  2. পৰ্দাৰ সোঁফালে উইন্ডোক ক্লিক আৰু ড্ৰেগ কৰক।

  3. The workspace selector will expand.

  4. উইন্ডোক এটা ৰিক্ত কাৰ্য্যস্থানত ড্ৰপ কৰক। এই কাৰ্য্যস্থানে এতিয়া আপুনি ড্ৰপ কৰা উইন্ডো অন্তৰ্ভুক্ত কৰে আৰু কাৰ্য্যস্থান নিৰ্বাচক ৰ তলত এটা নতুন ৰিক্ত কাৰ্য্যস্থান উপস্থিত হয়।

কিবৰ্ড ব্যৱহাৰ কৰা:

  1. Select the window that you want to move (for example, using the Super+Tab window switcher).

  2. কাৰ্য্যস্থান নিৰ্বাচক ৰ বৰ্তমান কাৰ্য্যস্থানৰ ওপৰত থকা এটা কাৰ্য্যস্থানলৈ উইন্ডোক স্থানান্তৰ কৰিবলৈ Super+Shift+ Page Up টিপক।

    কাৰ্য্যস্থান নিৰ্বাচক ৰ বৰ্তমান কাৰ্য্যস্থানৰ তলত থকা এটা কাৰ্য্যস্থানলৈ উইন্ডোক স্থানান্তৰ কৰিবলৈ Super+Shift+ Page Down টিপক।