ব্লুটুথ এটা বেতাঁৰ প্ৰটোকল যি আপোনাৰ কমপিউটাৰৰ সৈতে বিভিন্ন ধৰণৰ ডিভাইচ সংযোগ কৰাৰ অনুমতি দিয়ে। ব্লুটুথ সাধাৰণত হেডছেট আৰু মাইচ আৰু কিবৰ্ডসমূহৰ নিচিনা ইনপুট ডিভাইচসমূহৰ বাবে ব্যৱহাৰ কৰা হয়। আপুনি ব্লুটুথক ডিভাইচসমূহৰ মাজত ফাইল পঠোৱা ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব, যেনে আপোনাৰ কমপিউটাৰৰ পৰা আপোনাৰ চেল ফোনলৈ।
Got a comment? Spotted an error? Found the instructions unclear? Send feedback about this page.