আপোনাৰ পছন্দৰ এপসমূহক ডেশলৈ পিন কৰক

To add an application to the dash for easy access:

  1. Open the Activities overview by clicking Activities at the top left of the screen

  2. ডেশ্বত গ্ৰিড বুটাম ক্লিক কৰক আৰু আপুনি যোগ কৰিব বিচৰা এপ্লিকেচন সন্ধান কৰক।

  3. এপ্লিকেচন আইকন ৰাইট-ক্লিক কৰক আৰু পছন্দলৈ যোগ কৰক বাছক।

    বিকল্পভাৱে, আপুনি আইকনক ডেশলৈ ক্লিক-আৰু-ড্ৰেগ কৰিব পাৰিব।

ডেশৰ পৰা এটা এপ্লিকেচনক আতৰাবলৈ, এপ্লিকেচন আইকনত ৰাইট-ক্লিক কৰক আৰু পছন্দৰ পৰা আতৰাওক বাছক।