এটা প্ৰিন্টাৰৰ নাম অথবা অৱস্থান পৰিবৰ্তন কৰক

আপুনি প্ৰিন্টাৰ সংহতিসমূহত এটা প্ৰিন্টাৰৰ নাম অথবা অৱস্থান পৰিবৰ্তন কৰিব পাৰিব।

You need administrative privileges on the system to change the name or location of a printer.

প্ৰিন্টাৰৰ নাম পৰিবৰ্তন কৰক

যদি আপুনি এটা প্ৰিন্টাৰৰ নাম পৰিবৰ্তন কৰিব বিচাৰে, নিম্নলিখিত স্তৰ অনুকৰণ কৰক:

  1. Open the Activities overview and start typing Printers.

  2. Click Printers to open the panel.

  3. Press Unlock in the top right corner and type in your password when prompted.

  4. Click the name of your printer, and start typing a new name for the printer.

  5. Press Enter to save your changes.

প্ৰিন্টাৰৰ অৱস্থান পৰিবৰ্তন কৰক

আপোনাৰ প্ৰিন্টাৰৰ অৱস্থান পৰিবৰ্তন কৰিবলৈ:

  1. Open the Activities overview and start typing Printers.

  2. Click Printers to open the panel.

  3. Press Unlock in the top right corner and type in your password when prompted.

  4. Click the location, and start editing the location.

  5. পৰিবৰ্তনসমূহ সংৰক্ষণ কৰিবলৈ Enter টিপক।