কাগজৰ প্ৰতি পৃষ্ঠাত প্ৰিন্ট কৰিবলৈ:
Open the print dialog by pressing Ctrl+P.
প্ৰিন্ট উইন্ডোৰ পৃষ্ঠা সংস্থাপন টেবলৈ যাওক আৰু দুই-কাষ ড্ৰপ-ডাউন তালিকাৰ পৰা এটা বিকল্প বাছক। যদি বিকল্প অসামৰ্থবান থাকে, তেন্তে আপোনাৰ কমপিউটাৰৰ বাবে দুই কাষৰ প্ৰিন্টিং উপলব্ধ নহয়।
Printers handle two-sided printing in different ways. It is a good idea to experiment with your printer to see how it works.
আপোনাৰ পাতৰ প্ৰতি ফাল দস্তাবেজৰ এটাতকৈ অধিক পৃষ্ঠা প্ৰিন্ট কৰিব পাৰিব। এনেকুৱা কৰিবলৈ প্ৰত্যক ফালত পৃষ্ঠাৰ সংখ্যা বিকল্প ব্যৱহাৰ কৰক।
এই বিকল্পসমূহৰ উপলব্ধতা আপোনাৰ প্ৰিন্টাৰৰ ধৰণ, লগতে আপুনি ব্যৱহাৰ কৰা এপ্লিকেচনৰ ওপৰ নিৰ্ভৰ কৰিব। এই বিকল্প সদায় উপলব্ধ নাথাকিব পাৰে।
Got a comment? Spotted an error? Found the instructions unclear? Send feedback about this page.