কিছুমান লেপটপে বেটাৰিত চলি থাকোতে শক্তি সংৰক্ষণৰ বাবে ইচ্ছাকৃতভাৱে লেহেম হৈ যায়। লেপটপৰ প্ৰচেছৰ (CPU) এটা নিম্ন গতিত যায়, আৰু প্ৰচেছৰসমূহ চলি থাকোতে কম শক্তি ব্যৱহাৰ কৰে, সেয়েহে বেটাৰি অধিক সময় চলিব লাগে।
এই বৈশিষ্ট্যক CPU কম্পনাংক স্কেইলিং কোৱা হয়।
Got a comment? Spotted an error? Found the instructions unclear? Send feedback about this page.