If you do not want a file or folder any more, you can delete it. When you delete an item it is moved to the Trash folder, where it is stored until you empty the trash. You can restore items in the Trash folder to their original location if you decide you need them, or if they were accidentally deleted.
আপুনি আবৰ্জনাত থব খোজা বস্তু এবাৰ ক্লিক কৰি বাছক।
Press Delete on your keyboard. Alternatively, drag the item to the Trash in the sidebar.
The file will be moved to the trash, and you’ll be presented with an option to Undo the deletion. The Undo button will appear for a few seconds. If you select Undo, the file will be restored to its original location.
ফাইলসমূহ চিৰস্থায়ীভাৱে মচি পেলাবলৈ, আৰু আপোনাৰ কমপিউটাৰত ডিস্ক স্থান খালি কৰিবলৈ, আপুনি আবৰ্জনা খালি কৰিব লাগিব। আবৰ্জনা খালি কৰিবলৈ, কাষবাৰত আবৰ্জনা ৰাইট-ক্লিক কৰক আৰু আবৰ্জনা ৰিক্ত কৰক বাছক।
আপুনি তৎক্ষনাত এটা ফাইলক চিৰকালৰ বাবে মচিব পাৰিব, ইয়াক প্ৰথমতে আবৰ্জনালৈ পঠোৱাৰ প্ৰয়োজনীয়তা নহোৱাকৈ।
আপুনি মচিব খোজা বস্তু বাছক।
Shift কি টিপি ধৰি থওক, তাৰ পিছত Delete কি টিপক।
যিহেতু আপুনি ইয়াক নহোৱা কৰিব নোৱাৰে, আপুনি ফাইল অথবা ফোল্ডাৰ মচিব বিচাৰে সুনিশ্চিত কৰিবলৈ কোৱা হব।
এটা আতৰাব পৰা ডিভাইচ ত মচি পেলোৱা ফাইলসমূহ অন্য অপাৰেটিং চিস্টেম, যেনে Windows অথবা Mac OS ত দৃশ্যমান নহবও পাৰে। ফাইলসমূহ এতিয়াও আছে আৰু আপুনি ডিভাইচক আপোনাৰ কমপিউটাৰত প্লাগ কৰোতে দেখি পাব।
Got a comment? Spotted an error? Found the instructions unclear? Send feedback about this page.