যদি আপুনি আপোনাৰ কিছুমান ফাইল হেৰুৱাইছে অথবা মচি পেলাইছে, কিন্তু আপোনাৰ ওচৰত সিহতৰ বেকআপ আছে, আপুনি সিহতক বেকআপৰ পৰা পুনৰুদ্ধাৰ কৰিব পাৰিব:
যদি আপুনি আপোনাৰ বেকআপক এটা ডিভাইচ যেনে বহিৰ্তম হাৰ্ড ড্ৰাইভ, USB ড্ৰাইভ অথবা নেটৱাৰ্কত অন্য কমপিউটাৰৰ পৰা পুৰুদ্ধাৰ কৰিব বিচাৰে, আপুনি আপোনাৰ কমপিউটাৰত সিহতক কপি কৰিব পাৰিব।
যদি আপুনি আপোনাৰ বেকআপ এটা বেকআপ এপ্লিকেচন যেনে Déjà Dup ব্যৱহাৰ কৰি সৃষ্টি কৰিছে, আপুনি আপোনাৰ বেকআপ পুনৰুদ্ধাৰ কৰিবলৈ একেটা এপ্লিকেচন ব্যৱহাৰ কৰাটো উপদেশিত। আপোনাৰ বেকআপ প্ৰগ্ৰামৰ বাবে এপ্লিকেচন সহায়ক পুনৰদৰ্শন কৰক: ই ফাইলসমূহ কেনেকৈ পুনৰুদ্ধাৰ কৰিব তাৰ বিষয়ে বিশেষ নিৰ্দেশ প্ৰদান কৰিব।
Got a comment? Spotted an error? Found the instructions unclear? Send feedback about this page.